আজি সৰুসজাইত ঝুমুইৰে ৰচিব বিশ্ব অভিলেখ। (Jhumoir Binandini)
আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ৫:৩০ বজাত প্ৰদৰ্শন হ’ব ‘ঝুমইৰ বিনন্দিনী’।
৪৯ খন দেশৰ ৰাষ্ট্ৰদূতৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত প্ৰদৰ্শিত হ’ব ‘ঝুমইৰ বিনন্দিনী’।
ঝুমইৰ বিনন্দিনী অনুষ্ঠানলৈ যোৱা বাহনৰ পথ-নিৰ্দেশনা জাৰি কৰিছে।
যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে বিশেষ পথ-নিৰ্দেশনা।
২৪, ২৫, ২৬ ফেব্ৰুৱাৰীত মহানগৰীত যান-বাহন চলাচলত বিশেষ পথ-নিৰ্দেশনা।
ঝুমইৰ বিনন্দিনী অনুষ্ঠানলৈ যোৱা বাহনৰ পথ-নিৰ্দেশনা জাৰি-
GOLD পাছযুক্ত বাহন সোমাব পাৰিব 1B নং গেটেৰে ।
GOLD পাছযুক্ত বাহনসমূহ ৰখাব লাগিব ইনড’ৰ ষ্টেডিয়ামৰ সমীপত ।
DROP OFF বাহনসমূহ প্ৰৱেশ কৰিব 1B নং গেটেৰে ।
DROP OFF বাহনসমূহ ৰখাব লাগিব AEGCLত ।
GREEN পাছযুক্ত জৰুৰী সেৱাৰ বাহনো সোমাব পাৰিব 1B গেটেৰে ।
প্ৰৱেশ-পত্ৰ লাভ কৰা অন্যান্যসকলে 1C গেটেৰে খোজ
কাঢ়ি সোমাব লাগিব।

