Sunita Williams: মহাকাশৰ পৰা অতি শীঘ্ৰে পৃথিৱীলৈ উভতিব সুনীতা উইলিয়ামছ আৰু বাটছ উইলম’ৰ

বয়িং ষ্টাৰলাইনাৰ মহাকাশযানখনৰ কাৰিকৰী সমস্যাৰ পিছত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দীৰ্ঘদিন ধৰি থকাৰ পিছত মাৰ্চৰ শেষৰ ফালে পৃথিৱীলৈ উভতি আহিব নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে।(Sunita Williams)

মহাকাশৰ পৰা অতি শীঘ্ৰে পৃথিৱীলৈ উভতিব সুনীতা উইলিয়ামছ আৰু বাটছ উইলম’ৰ। স্পেছ এক্সৰ কেপচুলৰ জৰিয়তে পৃথিৱীলৈ উভতিব দুই মহাকাশচাৰী। ১৯ৰ পৰা ২০ মাৰ্চত ঘূৰি অহাৰ সম্ভাৱনা ।১২ মার্চত মহাকাশলৈ উৎক্ষেপন কৰিব বিশেষ কেপচুল। এই কেপচুলত যাত্ৰা কৰিব আন দুই মহাকাশচাৰীয়ে। আমেৰিকাৰ নিউ মেক্সিকোত অৱতৰণৰ সম্ভাৱনা।

Related Articles