অগ্নিকাণ্ডত লাখ লাখ মূল্যৰ সম্পত্তি ভস্মীভূত হৈছে। এতিয়ালৈকে কোনো হতাহতৰ খবৰ পোৱা হোৱা নাই।জুই অট্টালিকাটোৰ প্ৰথম মহলাৰ পৰা আৰম্ভ হোৱা বুলি সন্দেহ কৰা হৈছে। মহানগৰীৰ গুৱাহাটী-শ্বিলং ৰোড GS ৰোড স্থিত চেন্ট্ৰেল মলত সংঘটিত হয় এই অগ্নিকাণ্ড। পুৱাৰ সময়ত দোকানৰ কৰ্মীয়ে দোকান খোলাৰ বাবে যোৱাৰ সময়তে প্ৰত্যক্ষ কৰে ধোৱা।লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয়। অগ্নি নিৰ্বাপক বাহিনীয়েও ততপৰতাৰে জুই নিৰ্বাপনৰ প্ৰচেষ্টা চলাই যাতে মলখনৰ অন্য দোকান সমূহলৈ জুই বিয়পি নপৰে।বৰ্তমানলৈ এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গৰমত ৰুটি খালে বুকু জ্বলা-পুৰা কৰে নেকি? ৰুটিৰ সলনি খাব এই সমূহ বস্তু…
- বিজেপি ST, SC, OBCৰ সমর্থকঃ অমিত শ্বাহ
- ভাৰতীয় ষ্টক মাৰ্কেটত নিফটিৰ নতুন অভিলেখ সৃষ্টি ! চেন্সেক্স ৭৪,৮০০ টকাত মুকলি…
- সম্পৰ্কৰ বান্ধোন কেতিয়াও দুৰ্বল নকৰিব! জানি লওক সম্পৰ্ক শক্তিশালি কৰাৰ উপায়…
- তিনি জুলাইৰ পৰা বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ ক্ৰিকেট…
- যোৰাবাটত নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰিল গেছ পৰিবাহী টেংকাৰ…
- World Championship of Legends cricket kicks off on the 3rd July…
- বাংগালুৰুত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স-১লৈ উভতিব হিমা দাস…
- পৱন পুত্ৰ হনুমানক প্ৰসন্ন কৰিবলৈ শুভ সময় পূজা আৰু উপাসনাৰ বিধিসমূহ জানো আহক…
- বৃন্দাবনৰ পৰা উভতি আহোঁতে এই ২ টা বস্তু লৈ আহিব ঘৰলৈ! জীৱনত কেতিয়াও দুখৰ সন্মুখীন নহ’ব…