দেশৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে লাভজেহাদৰ দৰে ঘটনা সংঘটিত হোৱা বুলি ব্যাপক চৰ্চা চলি থকাৰ সময়তে এইবাৰ নগাঁৱতো এনে ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে।প্ৰাপ্ত খবৰ মতে নগাঁও জিলাৰ ননৈৰ বাবুল খান নামৰ এজন যুৱকে ফেচবুকত নিজকে বাবুল দাস বুলি পৰিচয় দি নগাঁৱৰ ৰহাৰ এগৰাকী কিশোৰীক প্ৰেমৰ জালত পেলায়। বৰ্তমান বৰ্হিৰাজ্যত কৰ্মৰত যুৱকজনৰ পৰিয়ালৰ লোকে কালি নিশা ৰহাৰ পৰা কিশোৰীগৰাকীক পলুৱাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। কিশোৰীগৰাকীক পলুৱাই নিয়াৰ পিছত কালি নিশাই নগাঁৱৰ আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰে। বাবুল খান নামৰ যুৱকজনে নিজকে বাবুল দাস বুলি পৰিচয় দি হিন্দু ধৰ্মাৱলম্বী কিশোৰীগৰাকীৰ সৈতে ফেচবুকত চিনাকি হোৱাৰ পিছত প্ৰেমত পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। আনকি বাবুল খান নামৰ যুৱকজনে কিশোৰীগৰাকীক বহিঃৰাজ্যত নি বিক্ৰীৰ পৰিকল্পনা কৰাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।নগাঁৱত এনে ঘটনা পূৰ্বতে সংঘটিত হোৱা বুলিও জানিব পৰা গৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…