Nandini Kashyap: নন্দিনী কাশ্যপৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাইছে USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ! এজনক আটক

BREAKING UPADATE-

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব নন্দিনী কাশ্যপৰ। (Nandini Kashyap)

দুদিনৰ আৰক্ষীৰ জিম্মাত আছিল নন্দিনী কাশ্যপ।

পুনৰ আজি আদালতত হাজিৰ কৰোৱা হ’ব অভিনেত্ৰী নন্দিনী কাশ্যপক।

আনহাতে অভিনেত্ৰীগৰাকীৰ ঘটনাৰ সৈতে এইবাৰ নাম সাঙোৰ খাইছে USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ।

ঘটনাৰ সৈতে জড়িত এজনক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে, আটকাধীনজনৰ নাম হৈছে হামিদ আলীষ

নন্দিনীৰ হৈ ছামিউলৰ পৰিয়ালক মেনেজ কৰা অভিযোগ হামিদ আলীয়ে।

গোচৰ উঠাই ল’বলৈ হামিদ আলীয়ে হেঁচা দিছিল ছামিউল হকৰ পৰিয়ালক।

দিছপুৰ আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত হামিদ আলীক।

Related Articles