আজি গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচ।(ICC Women’s CWC 2025)
বৰ্ষাপাৰাত উদ্বোধনী মেচত ভাৰতৰে মুখামুখি হ’ব শ্ৰীলংকা ।
মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি…গীতটি বৰ্ষাপাৰাত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে।
আনহাতে মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠানটোত জুবিন গাৰ্গৰ স্মৃতিত গীত পৰিৱেশন কৰিব অংগৰাগ মহন্ত আৰু জয় বৰুৱাই।

