Garima Saikia Garg: পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ

অসুস্থ গৰিমা শইকীয়া গাৰ্গ। (Garima Saikia Garg)

মহানগৰীৰ ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে গৰিমা শইকীয়া গাৰ্গক।

গৰিমাৰ লগত আছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ।

পূৰ্বেও অসুস্থ হৈছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।

শৰীৰৰ দুৰ্বলতাৰ বাবে গৰিমাক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।


Related Articles