Haflong Sub-Jail: অমৃতপ্ৰভা, শেখৰজ্যোতি থকা উপ-কাৰাগাৰত অঘটন

হাফলং উপ-কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন। (Haflong Sub-Jail)

অমৃতপ্ৰভা, শেখৰজ্যোতিৰ কাষতে থকা কয়দীৰ পলায়ন।

পলাতক কয়দীটো DNLAৰ প্ৰাক্তন কেডাৰ বেটছিং জিডুং ওৰফে মাষ্টাৰ ওৰফে ডিমাছা জিডুং।

দিনৰ প্ৰায় ১২ বজাত পলায়ন কৰে DNLAৰ প্ৰাক্তন কেডাৰ।

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তক ৰখা হৈছে হাফলং উপ-কাৰাগাৰত।

Related Articles