সংগীতৰ (Post Malone) লহৰ তুলিবলৈ অসমলৈ আহিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কণ্ঠশিল্পী পোষ্ট মেলন।
খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ব্যাপক জনসমাগমৰ আশংকা।
৮ ডিচেম্বৰত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ কনচাৰ্ট।
ৰাজ্যৰ পৰ্যটন বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে এই অনুষ্ঠান।
‘Book my show’ত টিকট প্ৰায় শেষ।
সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ’ব সংগীতানুষ্ঠান।

