মঙলদৈৰ ১৬টা মন্দিৰৰ মূৰ্তি ভঙা অভিযুক্তক আটক।(Mangoldoi News)
মঙলদৈৰ ১৬টা কালী মন্দিৰৰ মূৰ্তি ভঙা অভিযুক্তক আটক।
মঙলদৈ চহৰৰ সমীপৱৰ্তী গেৰিমাৰী, মোৱামাৰীত মঙ্গলবাৰে ৰাতি ১৬ টা কৈ কালি মন্দিৰত দুস্কৃতিকাৰীয়ে প্ৰৱেশ কৰি মন্দিৰৰ মূৰ্তি ভাঙি পেলাই গৈছিল মন্দিৰৰ চৌহদত।
ঘটনাৰে জড়িতৰ সন্দেহত ৪ জনক ইতিমধ্যে আটক কৰি সোধা-পোছা আৰক্ষীৰ।
তদন্তত বিস্ফোৰক তথ্য লাভ কৰে মঙলদৈ আৰক্ষীয়ে।
তদন্তৰ খাতিৰত আটকাধীন অভিযুক্তৰ পৰিচয় ৰাজহুৱা কৰা নাই আৰক্ষীয়ে।

