অসম আন্দোলনৰ অন্যতম সংগ্ৰামী নেতা তথা অৱসৰি প্ৰধান শিক্ষক দৰঙৰ জয়পুৰ নিবাসী গজেন বৰাৰ দেহাৱসান

অসম আন্দোলনৰ অন্যতম সংগ্ৰামী নেতা,অনুষ্ঠান- প্ৰতিষ্ঠানৰ গুৰি ধৰোতা, বলিষ্ঠ কণ্ঠৰ জাতীয়তাবাদী নেতা,অৱসৰি প্ৰধান শিক্ষক দৰঙৰ পশ্চিম প্ৰান্তৰ জয়পুৰ নিবাসী গজেন বৰা আৰু নাই।


যোৱা নিশা চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এইমচত শেষ নিশ্বাস ত্যাগ কৰে। আজি তেখেতৰ বাসগৃহত আছু ৰ ৰাজ্যিক আৰু জিলা নেতৃবৰ্গ, প্ৰাক্তন সতীৰ্থ আৰু অসখ্য গুণমুগ্ধ ই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

মৃত্যুৰ সময়ত সহধৰ্মীনি, এগৰাকী পুত্ৰ, কন্যা সন্তান সমন্বিতে বহু আত্মীয় স্বজন, গুণমুগ্ধক এৰি থৈ যায়।

Related Articles