আজি ছামিম আহমেদৰ নুনমাটি আৰক্ষীৰ জিম্মাৰ অন্তিম দিন।
আদালতত হাজিৰ কৰাৰ পূৰ্বেই ছামিমক লগত লৈ শ্বিলঙলৈ ৰাওনা অসম আৰক্ষীৰ দল।
ছামিম আহমেদৰ পৰা আৰক্ষীয়ে লাভ কৰিছে বহু তথ্য।
মঠঘৰীয়াৰ পাহাৰত ছামিমক লগত লৈ অভিযান চলাইছিল আৰক্ষীয়ে।
মঠঘৰীয়া পাহাৰত ছামিমৰ পোছাক উদ্ধাৰ আৰক্ষীৰ।
ছামিমৰ তে*জে*ৰে লুতুৰি-পুতুৰি পোছাক উদ্ধাৰ।
শ্বিলঙৰ এখন চেলুনত চুলি দাড়ি কাটিছিল ছামিমে।
সেই চেলুনখনলৈ লৈ যোৱা হৈছে মঠঘৰিয়াত দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকৰ ৰূপত থকা ছামিম আহমেদ।

