আজি মহিলা এছিয়া কাপত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথমখন মেচ

আজি মহিলা এছিয়া কাপত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথমখন মেচ।

প্ৰথমখন মেচত থাইলেণ্ডৰ মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন ভাৰত।

ডুবাই ইণ্টাৰনেচনেল ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮ বজাত অনুষ্ঠিত হ’ব মেচখন।

হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত অৱতীৰ্ণ হ’ব ভাৰতীয় দলটো।

Related Articles