আৰম্ভ হ’ল CM FLIGHT আৰু মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিঃ এই আঁচনিৰ অধীনত কোন কোন উপকৃত হ’ব…

ৰাজ্যত পুনৰ আৰম্ভ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি ।

আৰম্ভ হ’ল CM FLIGHT আঁচনিৰ ধন প্ৰদান প্ৰক্ৰিয়া।

লোকসেৱা ভৱনৰ পৰাই আঁচনি দুখন মুকলি মুখ্যমন্ত্ৰীৰ।

মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অধীনত উপকৃত হ’ব ৰাজ্যৰ ৪৮,১৮৮ স্নাতক।

CM FLIGHT আঁচনিৰ অধীনত উপকৃত হ’ব ২০০ যুৱক-যুৱতী।

CM FLIGHTৰ জৰিয়তে বহিঃৰাষ্ট্ৰত মুকলি কর্ম সংস্থাপন।

বিদেশী বহু কোম্পানীয়ে দেশৰ ভিন্ন স্থানত বিনিয়োগ কৰিছে ধন।

গ্ল’বেল হিউমেন পুল’ নিৰ্মাণৰ প্ৰচেষ্টা চলি আছে।

প্ৰশিক্ষণৰ বাবে কিস্তি কিস্তিকৈ আঁচনিৰ অধীনত প্ৰদান ১ লাখ টকাকৈ লোকসেৱা ভৱনত এই ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

Related Articles