যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী মহানুভৱতা। নিজৰ ব্যক্তিগত জমা ধন পৰা ১ লাখ টকা প্ৰদান কৰে এখন জৰাজীৰ্ণ বিদ্যালয়লৈ।
টিয়ক সমষ্টি অন্তৰ্গত টেকেলাগাঁও তৃণমুল জাতীয় বিদ্যালয়ত শিক্ষক দিৱসত উপস্থিত থাকি বিদ্যালয় খন জৰাজীৰ্ণ অৱস্থাত দেখি বিদ্যালয় খনৰ মেৰামতি বাবে এই টকা অনুদান হিছাপে প্ৰদান কৰে বিধায়ক গৰাকীয়ে
ইতিমধ্যে ব্যক্তিগত খণ্ড বিদ্যালয় উন্নয়ন আৰু শিক্ষা বিকাশ ক্ষেত্ৰত অসমীয়া মাধ্যমৰ বিদ্যালয় হিছাপে গুৰুতৰ প্ৰদান কৰি এই সাহাৰ্য্য প্ৰদান কৰা বুলিও সংবাদ মাধ্যমৰ সন্মুখত মত প্ৰকাশ কৰে

