মহিলা এছিয়া কাপত ভাৰতৰ সন্মুখত আত্মসমৰ্পণ পাকিস্তানৰ।
ভাৰতে ৭ উইকেটত পৰাস্ত কৰে পাকিস্তানক।
প্ৰথমে বেটিং কৰি মাত্ৰ ৫৫ ৰানতে ইনিংছ সামৰিলে পাকিস্তানে।
T-20 আন্তঃৰাষ্ট্ৰীয়ত মেচত পাকিস্তানৰ এয়া সৰ্বনিম্ন স্ক’ৰ।
প্ৰত্যুত্তৰত মাত্ৰ ৮.৪ অভাৰতে জয়ৰ লক্ষ্যত উপনীত হয় ভাৰত।
মেচখনত প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ শ্ৰী চৰণীৰ।

