June 27, 2021 আজি লাডাখলৈ যাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং Share FacebookXWhatsAppTelegramKooEmail লাডাখত সেনাৰ সৈতে মত-বিনিময় কৰিব ৰাজনাথ সিঙে ৷লাডাখত ভাৰত-চীনৰ মাজত বিবাদ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈ অব্যাহত আছে চেপা উত্তেজনা, সেয়ে পুনৰ আলোচনাত মিলিত হোৱাৰ পোষকতা কৰিছে দুয়োখন দেশৰ বিষয়াসকলে ৷ Author: দৈনন্দিন বাৰ্তা Related Articles শিলচৰ-গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন ৰেলপথৰ লাইনচুত্য দৈনন্দিন বাৰ্তা - October 29, 2026 ইউনিটি কাপ ফুটবল টুৰ্নামেণ্ট ২০২৬ৰ দ্বিতীয়খন ওৰাঙৰ ২নং শইকীয়া চুবুৰী খেলপথাৰ উদ্বোধন মন্ত্ৰী চৰণ বড়োৰ দৈনন্দিন বাৰ্তা - October 29, 2026 প্ৰথম বাহিনী, সশস্ত্ৰ সীমা বল, সোণাপুৰৰ উদ্যোগত সতৰ্কতা সজাগতা, বেটী বচাও বেটী পঢ়াও আৰু মহিলাৰ নিযুক্তি সম্পৰ্কীয় সজাগতা কাৰ্যসূচী অনুষ্ঠিত দৈনন্দিন বাৰ্তা - October 29, 2026