কৰ’নাৰ ভয়াবহতাৰ বাবেই আজি অসমৰ নামঘৰ, ভাওনাৰ পোছাক ঘৰ আদিত নিমাওমাও পৰিবেশ।অনুষ্ঠিত হোৱা নাই অসমীয়া জাতিৰ সাংস্কৃতিক স্বভিমান ভাওঁনা। তাৰ বাবে ভাওনাৰ লগত জড়িত শিল্পী কলা-কুশলী সকল সকলো ক্ষেত্ৰতে জুৰুুলা হৈ পৰিছে। এশ বছৰ গঢ়কা দেৰগাঁৱৰ স্বৰ্ণলতা পোছাক ভাণ্ডাৰ। দেৰগাঁৱৰ বঙাল গাঁৱত ১৯২০ চনতেই স্থাপন হৈছিল এই পোছাক ভাণ্ডাৰ খনি।অসমৰ ভিতৰত অতি জনপ্ৰিয়তা থকা এইখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ ভাওনা দলে পোছাক নি ভাওনা প্ৰদৰ্শন কৰি আহিছে।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি এই ভাওনা ২০২০বৰ্ষৰ পৰা কোভিড মহামাৰীৰ বাবে বন্ধ হোৱাৰ লগতে বন্ধ নামঘৰ মন্দিৰ সমূহো।এইখন প্ৰতিস্থানত ১৬ জনকৈ ব্যক্তিয়ে সংস্থাপিত হৈ পৰিয়াল পো-পাল দি আহিছিল।আজি এই সমূহ পৰিয়ালৰ অৱস্থা অতি শোচনীয় হোৱাৰ লগতে প্ৰতিস্থান খনৰ গৰাকী অতুল হাজৰিকাৰো দুৰ্যোগৰ সীমা নোহোৱা হৈছে।এতিয়া কেৱল নিমাও মাও পৰিবেশ পোছাক ভাণ্ডাৰৰ চৌহদ।লাখ লাখ টকাৰ পোছাক আজি উৱঁলি গৈছে।কৰ্মচাৰী আৰু স্বত্বাধিকাৰিৰ এটাই আহ্বান চৰকাৰেএই দুৰ্দশা গ্ৰস্থ লোক সকলৰ প্ৰতি সুদৃষ্টি দিয়ক ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…
- অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- বেগী বলাৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…
- পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…
- শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…
- প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুত বিভিন্নজনৰ গভীৰ শোক প্ৰকাশ…
- আজি পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী…
- উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত বিশিষ্ট আইনজ্ঞ কপিল ছিবাল…
- প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান…