এছিয়ান গেমছত তৃতীয়টো স্বৰ্ণজয় ভাৰতৰ

এছিয়ান গেমছত তৃতীয়টো স্বৰ্ণজয় ভাৰতৰ।

মহিলাৰ কাবাদীত স্বৰ্ণ জয় ভাৰতৰ।

ভাৰতৰ হাতত ৩৭-৩৪ পইণ্টৰ ব্যৱধানত পৰাস্ত ইৰাণ।

এতিয়ালৈ ৩টা স্বর্ণ, ১১টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাৰতে।

Related Articles