বৰ্ষাপাৰাত অভিলেখ ৰচনা টীম ইণ্ডিয়াৰ ।
দ্বিতীয় এদিনীয়াত ৮ উইকেটত জয়ী টীম ইণ্ডিয়া।
প্ৰথমবাৰৰ বাবে ৪০০ ৰানৰ টাৰ্গেট অতিক্ৰম ভাৰতৰ।
৪০৬ ৰান সংগ্ৰহ কৰি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ।
টীম ইণ্ডিয়াৰ কেপ্টেইন শুভমন গীলৰ বেটিং বিক্ৰম।
১১৭ বলত ২০০ৰান সম্পূৰ্ণ গীলৰ।
৭৫টা বলত ১০১ ৰান সংগ্ৰহ ৰোহিত শৰ্মাৰ।
আনহাতে ইণ্ডিয়ান ক্ৰিকেট টীমৰ সামাজিক মাধ্যমত প্ৰথমবাৰৰ বাবে জিলিকিল অসমীয়া ভাষা।
‘জয় আই অসম, জয় জুবিন’ দেখিবলৈ পোৱা গ’ল ইণ্ডিয়ান ক্ৰিকেট টীমৰ সামাজিক মাধ্যমত।
“জয় আই অসম, জয় জুবিন”

