জন্মদিনৰ দিনাই এছিয়ান গেমছত স্বৰ্ণ জয় লাভলিনা বৰগোহাঁইৰ

এছিয়ান গেমছত লাভলিনা বৰগোহাঁইৰ স্বৰ্ণ জয়।

৭৫ কেজি শাখাত অসম কন্যাৰ সফলতা।

চীনৰ বাও ঝিয়িৰ প্ৰত্যাহ্বান জনাই ইতিহাস ৰচিলে লাভলিণাই।

এছিয়ান গেছমত স্বৰ্ণপদক জয় অসমকন্যা লাভলীনা বৰগোহাঁইৰ।

মহিলাৰ ৭৫ কেজি শাখাত চীনৰ জিয়ি বাউৰ বিৰুদ্ধে যুঁজ দিছিল লাভলীনাই।

আনহাতে আজি অসম কন্যাগৰাকীৰ জন্মদিন আছিল।

জন্মদিনৰ দিনাই স্বৰ্ণ জয় কৰিলে লাভলিনাই।

Related Articles