অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰৰ

অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰৰ।

কেন্দ্ৰীয় চৰকাৰৰ অংশ ৭৫৮.৭০ কোটি আৰু ৰাজ্য চৰকাৰৰ অংশ হিচাপে ৮৪.৩০ কোটি টকাৰ আবণ্টন।

প্ৰথম কিস্তিৰ ৩৭৯.৩৫ কোটি টকা মুকলি।

গুৱাহাটীৰ বান সমস্যা সমাধানৰ বাবে ৩৮০ কোটি টকাৰ আবণ্টন।

ইয়াৰ উপৰি, গুৱাহাটীৰ বান সমস্যা সমাধানৰ বাবে ৩৮০ কোটি টকাৰ আবণ্টন।

ৰাজ্যসভাত এই বিষয়টো উত্থাপন কৰিছিল সাংসদ যোগেন মহনে।

সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰে সাংসদগৰাকীয়ে।

Related Articles