CJPৰ ২ নেতাক ৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

CJPৰ ২ নেতাক ৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ।

আশুতোষ ৰাংকা, সৌৰভ দাসক ন্যায়িক জিম্মালৈ প্ৰেৰণ।

আজি SEM ক’ৰ্টত হাজিৰ কৰোৱা হৈছিল দুয়োকে।

ইপিনে আজিংক্য সিন্দেক ব্যক্তিগত বণ্ডত মুকলি।

মুক্তিৰ পাছতে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ আজিংক্য সিন্দে।

মোদী, শ্বাহে ব্ৰিটিছ ষ্টাইলত চৰকাৰ চলাই থকাৰ অভিযোগ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ তীক্ষ্ণ বাক্যবাণ অভিজিত দীপকেৰ।

আজি CJPয়ে অনুষ্ঠিত কৰিব বিশেষ বৈঠক।

Related Articles