আজি বিশেষ কাৰ্যবাহী দণ্ডাধীশ আদালতত হাজিৰ কৰাব CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক

CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক গ্ৰেপ্তাৰ।

লগতে AISAৰ সভানেত্ৰী নেহা বৰাকো আটক দিল্লী আৰক্ষীৰ।

‘ত্ৰিৰংগা মাৰ্চ’ৰ বাবে কন’ট প্লেচ অভিমুখে গৈ থকাৰ সময়তে আটক।

আজি বিশেষ কাৰ্যবাহী দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হ’ব CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক।

শুকুৰবাৰে ‘ত্ৰিৰংগা মাৰ্চ’ৰ সময়তে দীপকেক গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে।
















Related Articles