জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গুৱাহাটীৰ জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ।
প্ৰতিবাদত অংশগ্ৰহণ বহু জুবিন অনুৰাগীৰ।
আৰক্ষীয়ে আটক কৰিছে প্ৰতিবাদকাৰীক।
আৰক্ষীয়ে আটক কৰি নিয়া বাছৰ ওপৰত উঠি প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰীৰ।
জুবিনদাক ন্যায় লাগিবই, হত্যাকাৰীক ফাঁচি দিয়ক…আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ।
গুৱাহাটীৰ জনতা ভৱনৰ সন্মুখত এইদৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদ জুবিন অনুৰাগীৰ।

