ছ’চিয়েল মিডিয়াত প্ৰৱেশ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ।
বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত আত্মপ্ৰকাশ ছোনিয়া গান্ধীৰ।
৭৯ বছৰ বয়সত প্ৰথমবাৰৰ বাবে ইনষ্টাগ্ৰামত একাউণ্ট খুলিলে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে।
ইনষ্টাগ্ৰামত নিজৰ প্ৰথমটো ভিডিঅ’ পোষ্টৰ জৰিয়তে আগন্তুক আত্মজীৱনীমূলক গ্রন্থ ‘Belonging: A Journey of Love’-ৰ প্ৰথম আভাস শ্বেয়াৰ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

