ঘনকান্তৰ আক্ৰমণত আহত শিৱসাগৰ আৰক্ষী নগৰ পৰিদৰ্শক দেৱাশিষ শৰ্মা

আৰক্ষীৰ গুলীত নিহত ঘনকান্ত।

গৌৰীসাগৰৰ ফুলপানীছিগাত পলাবলৈ চেষ্টা কৰিছিল ঘনকান্তই।

গুৱাহাটীৰ পৰা শিৱসাগৰলৈ নি থকা অৱস্থাতে আৰক্ষীৰ গুলীত নিহত ঘনকান্ত।

ঘনকান্তৰ আক্ৰমণত আহত শিৱসাগৰ আৰক্ষী নগৰ পৰিদৰ্শক দেৱাশিষ শৰ্মা।

ভৰিত গু*লী লাগিছে আৰক্ষী বিষয়াগৰাকীৰ।

পুৱতি নিশা প্ৰায় ৩.১৫ বজাত সংঘটিত এই ঘটনা।

গুৱাহাটীত পাঁচজনকৈ লোকক গুলীয়াই হত্যা কৰিছিল ঘাতক ঘনকান্ত গগৈয়ে।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা শিৱসাগৰ আৰক্ষীয়ে আন এটা গোচৰত শিৱসাগৰ থানালৈ আনি থকা অৱস্থাত ফুলপানীচিগাত আৰক্ষী উপ পৰিদৰ্শক দেৱাশীষ শৰ্মাৰ পৰা পিষ্টল কাঢ়ি গুলীচালনা কৰি পলাবলৈ চেষ্টা কৰিছুল ঘনতান্তই।








Related Articles