বৰপেটাৰোডৰ সমীপৰ তথা বাক্সা জিলাৰ অন্তৰ্গত ২০ নং মথনগুৰি সমষ্টিৰ উত্তৰ-খাৰিজা বিজনী হাইস্কুলৰ প্ৰাংগণত আজি পুৱা ৯ বজাৰ পৰা তিনিদিনীয়াকৈ এছ এছ বিৰ ৫৪ নং বেটেলিয়নৰ উদ্যোগত কাহিতামা পথাৰত বৃহত্তৰ খাৰিজা বিজনী অঞ্চলৰ যুৱকযুৱতী সকলক ৫৪এছ, এছ, বি, বাহিনীত যােগদান কৰাৰ উৎসাহ যােগােৱাৰ অৰ্থে তিনিদিনীয়াকৈ এক প্রশিক্ষণ শিবিৰৰ আয়ােজিত হৈছে। উক্ত প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে ৫৪নং এছ, এছ, বি কাহিতামা পাথাৰৰ সহকাৰী কামাণ্ড দীপক কুমাৰ জস্বল, ইনপেক্টৰ নীৰৱ কুমাৰ, সুশীল কুমাৰে উপস্থিত থাকি খৰিজা বিজনী অঞ্চলৰ প্ৰায় ৮০ জন যুৱক-যুৱতীৰ সকলক প্ৰশিক্ষণ দিয়ে ।উল্লেখ্য যে এই প্ৰশিক্ষণ শিবিৰ অহা ২১ আগষ্ট লৈকে উত্তৰ-খৰিকা বিজনী হাইস্কুলৰ চলিব। এছ এছ বিয়ে এনে ধৰণৰ প্রশিক্ষণ কাৰ্যসূচীৰ উপৰি সময়ে সময়ে বিভিন্ন সামাজিক কার্যসূচী গ্রহণ কৰি গােটেই অঞ্চলবাসীক সন্তুষ্টি প্রদান কৰি আহিছে। এনেকুৱা প্রশিক্ষণে যথেষ্ট পৰিমাণে নিবনুৱা সমস্যা সমাধান তথা নতুন চাকৰি পােৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব বুলি আশা ব্যক্ত কৰিছে বৃহত্তৰ খাৰিজা বিজনী অঞ্চলৰ ৰাইজে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…
- প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুত বিভিন্নজনৰ গভীৰ শোক প্ৰকাশ…
- আজি পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী…
- উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত বিশিষ্ট আইনজ্ঞ কপিল ছিবাল…
- প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান…
- সীতামাঢ়ীত দেৱী সীতাৰ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে, বিহাৰৰ মেগা ৰেলীত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি…
- গাখীৰ চাহ নাখাব! চাহ আৰু কফি সেৱনৰ বাবে দিলে নতুন নিৰ্দেশনা…
- অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে
- বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান
- দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল