অনুপম হাজৰিকা নামৰ ব্যক্তিজন যোৱা ১৫/০৮/২০২১ তাৰিখে কেৰেলাৰ পৰা অসমলৈ আহি থকাৰ অৱস্থাত গুৱাহাটী পল্টন বজাৰ ৰে’লৱে ষ্টেচনৰ পৰা নিৰুদ্দেশ হয় ।
নাম: অনুপম হাজৰিকা
ঠিকনা : শিৱসাগৰ দিমৌ নিতাই পুখুৰী ভাট গাছ গাওঁ
কোনোবা সদাশয় ব্যক্তিয়ে যদি সন্ধান পায়
9365567356 যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।
গুৱাহাটী পল্টন বজাৰ ৰে’লৱে ষ্টেচনৰ পৰা নিৰুদ্দেশ অনুপম হাজৰিকা

