নগাঁৱৰ হাতীচোং মৌজাৰ অন্তৰ্গত চমুৱাগাঁৱৰ কবি সঞ্জীৱ সাগৰ আৰু মাজগাঁৱৰ কণ্ঠশিল্পী জিতু শ্ৰাৱনে প্ৰস্তুত কৰি উলিয়াইছে এটি উৰ্দু গজল। “মুস্কুৰাহত” শীৰ্ষক এই গজলটি ইতিমধ্যে সংগীতপ্ৰেমীৰ বাবে মুকলি কৰা হৈছে ৷ কবি সঞ্জীৱ সাগৰে সৃষ্টি কৰা গজলটিত জিতু শ্ৰাৱনে কণ্ঠ দিয়াৰ বিপৰীতে সংগীত কৰিছে মুকুল বৰাই ৷ শনিবাৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত গজলটি মুক্তি দিয়া হয় ৷ লেখক প্ৰাঞ্জল মহন্তই আঁত ধৰা উক্ত অনুষ্ঠানত ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক মোহিনী মোহন ডেকা, বিশিষ্ট নাট্যকাৰ-পৰিচালক পৰাগ তামুলী, সংগীত শিল্পী দিপাংক শইকীয়া, দীপাংকৰ দেৱগোস্বামী, জ্যেষ্ঠ সাংবাদিক চন্দন জ্যোতি বৰা, সাংবাদিক জয়ন্ত মুদৈ, সাংবাদিক গকুল ভাৰতী, ঋতুপৰ্ণ শৰ্মা, মুনজ্যোতি নাথকে ধৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে ৷ এই গজলটি সংগীতপ্ৰেমীৰ বাবে ইউটিউব চেনেল “BM ENTERPRISE ত উপলব্ধ হ’ব ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…