ভাৰতীয় জনতা পাৰ্টি বৰপেটা ব্লক মণ্ডলৰ অন্তৰ্গত ন-বাৰাদী সমূহীয়া ভৱনত ২৩ অাগষ্টত “প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনি”ৰ এখন সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত বিজেপি বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী সবিতা দেৱ নাথ, বৰপেটা জিলা উপ-সভাপতি বুবুল দেউৰী, বৰপেটা জিলা সম্পাদক তথা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আচঁনিৰ বৰপেটা জিলাৰ আহ্বায়ক বিশ্বজিৎ দাস, বৰপেটা জিলা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আঁচনিৰ সহ: আহ্বায়ক পংকজ দাস,এই আঁচনিৰ জিলা সমিতিৰ সদস্য সকল অনিল কুমাৰ দাস, দেৱযানী গায়ন, মনোজ ডেকা, জয়ন্ত বায়ন লগতে মণ্ডল সভাপতি সকল, প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ মণ্ডলৰ আহ্বায়ক সকল,সহ আহ্বায়ক সকল আৰু মণ্ডলৰ সদস্য সকল উপস্থিত থাকে। উক্ত সভাত উপস্থিত থকা বিজেপিৰ নেতৃবৃন্দই সেৱাই সংগঠণ উদ্দেশ্যে প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনা আঁচনি” সন্দৰ্ভত বিস্তাৰিতভাৱে ভাষন অাগবঢ়ায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…
- অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…
- অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…