September 9, 2021 লাহৰীঘাটৰ কাঠনিত অজগৰ উদ্বাৰ Share FacebookTwitterWhatsAppTelegramKooEmail মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত কাঠনি গৰম বজাৰৰ ফণী ডেকাৰ ঘৰৰ কঁঠাল গছৰ ডালত আনুমানিক ৮ কেজি ওজনৰ এটা অজগৰৰ পোৱালি স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰি অজগৰৰ পোৱালিটিক উদ্বাৰ কৰি সম্প্রতি লাহৰীঘাট থানাত সমজাই দিয়ে । Author: দৈনন্দিন বাৰ্তা Related Articles Padma Awards 2026: ঘোষণা হ’ল ২০২৬ বৰ্ষৰ পদ্ম সন্মান প্ৰাপকৰ নাম দৈনন্দিন বাৰ্তা - January 25, 2026 বৰক্ষেত্ৰীৰ জাগাৰাত যুৱ মঞ্চ জাগাৰাৰ উদ্যোগত আৰু সাৰথি হস্পিতালৰ সহযোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ দৈনন্দিন বাৰ্তা - January 25, 2026 Garima Saikia Garg: সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ দৈনন্দিন বাৰ্তা - January 25, 2026