নাগৰিক অধিকাৰ আন্দোলন সমিতিৰ স্মাৰক পত্ৰত ভুলবসত চহী কৰাৰ বাবে সংবাদযোগে ক্ষমাপ্ৰাৰ্থী খৈৰাবাৰী আঞ্চলিক বাথৌ মহাসভাৰ উপসভাপতি বিৰেন বসুমতাৰীয়ে।উল্লেখ্য যে যোৱা ৬ ছেপ্টেম্বৰ তাৰিখে ওদালগুৰি জিলা নাগৰিক অধিকাৰ আন্দোলন সমিতি উৰফে citizen right movement committee ৰ উদ্যোগত বিটিআৰ গাঁও কৰ্টন আৰু সংযোজন সন্দৰ্ভত ওদালগুৰি জিলা বিষ্ণুৰাভা ভৱন প্ৰাঙ্গনত যোৱা ৬ ছেপ্টেম্বৰ তাৰিখে এখন ধৰ্ণা কাৰ্যসূচী অৱলম্বন কৰা হৈছিল।যাৰ পৰিপেক্ষিতত নাগৰিক অধিকাৰ আন্দোলন সমিতিয়ে চমুকৈ (চিআৰএমচি) য়ে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ।কিন্তু সেই ক্ষনত অনুপস্থিতিত ওদালগুৰি জিলা বাথৌ মহাসভাৰ বিষয় ববিয়াৰ পৰিৱৰ্তে খৈৰাবাৰী আঞ্চলি বাথৌ মহাসভাৰ উপসভাপতি বিৰেন বসুমতাৰীৰ হতুৱাই বাৰম্বাৰ মানা কৰাৰ পিছতো চহী কৰাই স্মাৰক পত্ৰ যুতিয়া ভাৱে প্ৰেৰণ কৰাত বাথৌ মহাসভাৰ শীৰ্ষ বিষয়ববীয়াই বাথৌ মহাসভা কেৱল বাথৌ ধৰ্মীয় লোকক ধৰ্মীয় ঋতি ৰিবাজ আৰু উঠি অহাঁ নৱ প্ৰজন্মৰ বড়ো যুৱক যুৱতি সকলক ধৰ্মীয় জ্ঞান বা মাৰ্গ দৰ্শন কৰুৱাৰ উদ্দশ্যৰে বাথৌ মহাসভা জন্ম গ্ৰহণ কৰা হৈছিল বাবে বিৰেন বসুমতাৰীৰ ওপৰত ক্ষোভিত হৈ পৰিছিল। যাৰ বাবে আজি খৈৰাবাৰী বাথৌ মহাসভাৰ উপসভাপতি বিৰেন বসুমতাৰীয়ে নিজক দুষী সাব্যস্ত কৰি সংবাদ যোগে অজানিতে হোৱা ভুলৰ ক্ষমা বিছাৰী সংবাদ মেল আয়োজন কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- দুৰ্ঘটনাত পতিত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰ! সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ…
- আজি দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন, ভাগ্য নিৰ্ণয় হ’ব ৰাজনাথ সিং, স্মৃতি ইৰাণী; ৰাহুল গান্ধীৰ…
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…