পশ্চিম নলবাৰীৰ গামাৰিমুৰীস্হ ১৫৬ নং নদলা প্ৰাথমিক বিদ্যালয়ত কালি সুধাকন্ঠ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম দিৱস , বিশ্ব সাক্ষৰতা দিৱস আৰু মহাপুৰষ শ্ৰীমন্ত শংকৰ দেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয় ৷ এই উপলক্ষে পুৱা তিনিওটা অনুষ্ঠানৰ বাবে বন্তি প্ৰজ্বলন কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক ৰাজেন বৈশ্যই ৷ বিদ্যালয় খনৰ সহকাৰী শিক্ষক সুৰেন্দ্ৰ বৰ্মন আৰু একাংশ ছাত্ৰ ছাত্ৰী আৰু অভিভাবকে পুষ্পাঞ্জলি প্ৰদান কৰে ৷ অনুষ্ঠানত প্ৰধান শিক্ষকে শ্ৰীমন্ত শংকৰ দেৱ , সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন দৰ্শন, কৰ্মৰাজীৰ বিষয়ে কয় আৰু বিশ্ব সাক্ষৰতা দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰে ৷ অনুষ্ঠানৰ শেষত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- টেঙাখাত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সাফল্য…
- প্ৰকৃতিৰ তাণ্ডৱ! বজ্রপাতত নলবাৰীত বিস্তৰ ক্ষতি সাধন…
- মাজগাঁওত ভয়ানক অগ্নিকাণ্ড ! ঘটনাস্থলী পৰিদৰ্শন ৰাইজৰ দলৰ সম্পাদক মনিৰুজ জামানৰ…
- চাইনি এণ্ড তাজহেল্পিং হেণ্ড ছ’চিয়েল ফাউণ্ডেশ্যনৰ উদ্যোগত সামগ্রী বিতৰণ…
- চীন অধিকৃত তিব্বত সংযোগী পথ আৰু হেলিপেড নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ বি আৰ অ’ৰ ! পথ দুৰ্ঘটনা ৰোধৰ বাবেও বিশেষ কৌশল…
- চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ নিৰ্মম প্ৰহাৰত আহত চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰী ! ঘটনা সন্দৰ্ভত থানাত গোচৰ…
- শাস্তিৰ নামত ৭ বছৰীয়া ফুলকুমলীয়া শিশুক নিৰ্যাতনৰ অভিযোগ চিলাপথাৰ ডন’বস্ক হাইস্কুলৰ এগৰাকী ছাত্ৰীৰ অভিভাৱকৰ…
- দুমুনীচকীত ভয়ংকৰ চুৰিকাণ্ড! মোবাইল ফোনসহ সোণৰ আ-অলংকাৰ লুটি নিলে চোৰে…
- সোণতলীত বৰলুইত শিল্পী সমাজৰ সমিতি গঠনঃ ২৬ মে’ত শপত গ্ৰহণ…
- হাৱাইপুৰ হাজাগআফেৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা, প্ৰদান কৰিলে ৫০ হাজাৰ টকাৰ চেক; উপস্থিত মন্ত্ৰী নন্দিতা গাৰ্লোচা…