ৰাষ্ট্ৰীয় পোষণ মাহ ২০২১ ৰ উপলক্ষে বুধবাৰে বৰপেটা জিলাৰ গাত লাগি থকা নৱ গঠিত বজালী জিলাৰ ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত মৈৰামাৰা (এ) চক্ৰৰ ১১৪ নং অংগনৱাড়ী কেন্দ্ৰত পোষণ মাহৰ শুভাৰম্ভ কৰাৰ লগতে এখন পোষণ ভাটিকাৰো উদ্ধোধন কৰা হয়। এই পোষণ ভাটিকাখনৰ উদ্বোধন কৰি বৃক্ষৰূপণ কাৰ্যসূচী ৰূপায়ণ কৰে বৰপেটা জিলাৰ সহকাৰী আয়ুক্ত তথা জিলা সমাজ কল্যান বিভাগৰ ভাৰপ্ৰাপ্ত জিলা বিষয়া দীপাংকৰ কলিতাৰ লগতে ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া বীণা ৰাণী দেৱীয়ে । উল্লেখ্য যে, প্ৰকল্প বিষয়া বীণা ৰাণী দেৱীৰ নেতৃত্বত তথা মৈৰামাৰা (এ) চক্ৰৰ মুখ্য সেৱিকা জাহানাৰা বেগম আৰু পোষণ অভিযানৰ খণ্ড সমন্বয়ক বিভু ৰঞ্জন ভৰালীৰ তত্বাবধান অনুষ্ঠিত হোৱা আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৰপেটা জিলাৰ সহকাৰী আয়ুক্ত তথা জিলা সমাজ কল্যান বিভাগৰ ভাৰপ্ৰাপ্ত জিলা বিষয়া দীপাংকৰ কলিতা , ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ নিভা চৌধুৰী , ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ৰাজু দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগ, বৰপেটা জিলাৰ জল জীৱন মিছনৰ জিলা সমন্বয়ক অপৰ্ণা অধিকাৰী , জিলা মহিলা শক্তি কেন্দ্ৰ আঁচনিখনৰ জিলা বিষয়া দীক্ষিতা বৰ্মন, পিৰামল ফাউণ্ডেছনৰ বি টি ও কাকলি ৰাণী দেৱীয়ে উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…
- বিনন্দীয়া ধৰিত্ৰীত প্লাষ্টিকৰ প্ৰভাৱ…
- এনডিএ-ৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভৱেশ কলিতাই…