ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা দেৱৰ স্মৃতিত গঠন কৰা ডঃ ভূপেন হাজৰিকা স্মৃতি যুৱক সংঘই প্ৰতিষ্ঠা কালৰে পৰা ডঃ ভূপেন হাজৰিকা দেৱৰ লগত জড়িত প্ৰতিটো কাৰ্যসূচী পালন কৰি আহিছে। কৰ’না মহামাৰীয়ে জুৰুলা কৰা কভিড পৰিস্থিতিৰ সন্মুখীন হৈও দশম বাৰ্ষিক ডঃ ভূপেন হাজৰিকাদেৱৰ তিৰোভাৱ তিথিটো কভিড বিধি অনুযায়ী সমগ্ৰ ৰাজ্য জুৰি বিভিন্ন ধৰণেৰে পালন কৰা পৰিলক্ষিত হৈছে। আন বৰ্ষসমূহৰ দৰে মৰিগাঁও জিলাৰ মানিপুৰ আঞ্চলিক ডঃ ভূপেন হাজৰিকা স্মৃতি যুৱক সংঘ্ই বিভিন্ন কাৰ্যসূচীৰে দিনযোৰাকৈ পালন কৰিছে। বিশেষকৈ পুৱা শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পনৰ সমান্তৰালকৈ পতাকা উত্তোলন কৰে সংঘৰ মুখ্য উপদেষ্টা বুবুল বৰদলৈ, সভাপতি বুবুল পাটৰ, সম্পাদক বিশ্বজিৎ বছৰলৈকে প্ৰমুখ্যে কৰি সংঘৰ প্ৰতি গৰাকী শুভাকাংশী তথা সদস্য বৃন্দই। বিয়লি ২ বজাৰ পৰা মানিপুৰ আঞ্চলিক খেল পথাৰত এখনি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি ডঃ ভূপেন হাজৰিকা স্মৃতি যুৱক সংঘৰ তৰফৰপৰা জানিবলৈ দিয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…