Breaking

দিপাৱলীত ব্যৱহৃত কলগছ পবিতৰা অভয়াৰণ্যত হাতীৰ বাবে যোগান

0 2,044

সহায় অসমৰ উদ্যোগত দিপাৱলীত ব্যৱহৃত কলগছ পবিতৰা অভয়াৰণ্যত হাতীৰ বাবে যোগান । সহায় অসমৰ উদ্যোগত দিপাৱলীত ব্যৱহৃত কলগছ মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত   হাতীৰ খাদ্যৰ  বাবে যোগান ধৰে।বিগত ১২ বছৰ ধৰি সহায় অসমে দিপাৱলী পিছ দিনা  দিপাৱলীত ব্যৱহৃত কলগছ সংগ্ৰহ কৰি পবিতৰা হাতীৰ খাদ্য যোগান ধৰা কাৰ্য্য কৰি আহিছে।দিপাৱলীত ব্যৱহৃত কলগছ  যাতে য’তে ত’তে পেলাই আৱৰ্জনা সৃষ্টি নহয় তাৰ বাবে সহায় অসমে  বিগত ১২বছৰ ধৰি  উক্ত পদক্ষেপ হাতত লৈ মৰিগাঁও টাউনৰ স্বচ্ছতা অটুত ৰাখি আহিছে।

Leave A Reply