নাৰী শিক্ষাৰ বাবে অহৰহ যুঁজ চলাই অহা পাকিস্থানৰ মালালা ইউচুফজাই নতুন জীৱন আৰম্ভ কৰিলে । নাৰী শিক্ষাৰ পক্ষ লোৱা বাবে সেইসময়ত টালিবানী সন্ত্ৰাসবাদীৰ ৰোষত পৰিছিল ১১ বৰ্ষীয়া মালালা । ২০১২ চনত টালিবানী সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ চলাইছিল ১১বছৰীয়া মালালা ইউচুফজাই ওপৰত । স্কুল ৰ পৰা ঘৰলৈ ওভতাৰ পথত হোৱা আক্ৰমণটোত গুৰুতৰ ভাৱে আহত হৈছিল মালালা । ব্ৰিটেইনত দীঘলীয়া চিকিৎসাৰ অন্তত সুস্থ হৈছিল মালালা । তাৰ পিচত পুৰ্বতকৈ দুগুণ উৎসাহেৰে পাকিস্থানত নাৰী শিক্ষাৰ বাবে যুঁজ অব্যাহত ৰাখিছিল । ২০১৪ চনত শান্তিৰ নোবেল বটাৰ বাবে মনোনিত হৈছিল মালালা ইউচুফজাই ।
মঙলবাৰে যুগ্ম জীৱনৰ পাতনি মেলিলে শান্তিৰ নোবেল বটা বিজয়ী মালালা ইউচুফজায়ে । মালালা ইউচুফজায়ে সহযোগী অসৰ ৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে ।ব্ৰিটেইনৰ বাৰ্মিংঘাম স্থিত বাসভৱনত নিকাহ সম্পন্ন হয় মালালা-অসৰৰ । টুইটাৰৰ যোগেৰে নিকাহ অনুষ্ঠানৰ ফটো আপলোড কৰি মালালাই লিখিছে , মোৰ জীৱনৰ এয়া এক গুৰুত্বপুৰ্ণ দিন , অসৰ আৰু মই চিৰজীৱনৰ বাবে বিবাহপাশত আৱদ্ধ হলো ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জিএমচিএইছৰ ধাত্ৰী কোষৰ প্ৰথমখন স্মৰণিকা “নাইটিংগেল” উন্মোচন
- তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ লক্ষ্য ! বাৰাণসীত বিজেপিৰ হেভিৱেট নেতাৰ সৈতে গৈ মনোনয়ন দাখিল কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
- অসফল শিক্ষাৰ্থীৰ কথাও ভাবক, শিক্ষাৰ মান বাঢ়িব
- ৰূপনগৰত “ব’হাগৰ অন্তিমটো দিনত” সাহিত্য-সংস্কৃতিৰ মনোৰম আড্ডা
- প্ৰথম বেটেলিয়ান এছএছবিৰ উদ্যোগত স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ
- সপ্তম ৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য ! ৭ টা সোণসহ মুঠ পদক ১৭ টা
- গুৱাহাটী মহানগৰৰ চছলত বহাগী উৎসৱৰ সফল সামৰণি…
- এদল প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মাণ এখন নতুন অসমীয়া কথাছবি ! “টিলিকা গুণ্ডা”ৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ পূৰ্ণগতিত…
- শিল্পী জুবিন গাৰ্গক কােনে দিলে কবিতা উপহাৰ…
- মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ ৪১৩ সংখ্যক তিৰোভাৱ আৰু ৪৮৩ সংখ্যক আবিৰ্ভাব তিথি…