বিগত সময়ত পৰা ড্ৰাগছ মাফিয়াৰ ত্ৰাস সৃষ্টি কৰি অহা গোসাঁইগাঁৱৰ শিমুলটাপু আৰক্ষী চকীৰ আন এক বৃহৎ সফলতা লাভ কৰে। এক গোপন সূত্ৰৰ পম খেদি নিশা ১১ বজাত শ্ৰীৰামপুৰ গেটস্থিত শিমুলটাপু আৰক্ষীৰ নাকা চকীত আৰক্ষী চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়া পল লালহিমচেঙৰ নেতৃত্বত তালাচী চলাই UP 22 T 4655 নম্বৰৰ দহচকীয়া ট্ৰাকৰ পৰা এক বৃহৎ পৰিমাণৰ কোৰিয়ান চিগাৰেট জব্দ কৰে। পিছত ট্ৰাকখনৰ ভিতৰ কক্ষত তালাচী চলাই আৰক্ষীয়ে ৭৫ কাৰ্টুন কোৰিয়ান চিগাৰেট জব্দ কৰে। ধৃত গাড়ীৰ চালক আৰু সহকাৰী চালক ক্ৰমে উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাৰ জুলফিকৰ আলম (৩৯) আৰু আছিফ আলী (৩০)। যাৰ বজাৰ মূল্য প্ৰায় ১.৫ কোটি টকা বুলি আৰক্ষীৰ সূত্ৰই জানিব দিয়ে। UP 22 T 4655 নম্বৰৰ দহচকীয়া ট্ৰাকখনেৰে কোৰিয়ান চিগাৰেটখিনি লৈ তিনিচুকীয়াৰ পৰা পশ্চিম বংগলৈ গৈ আছিল বুলি আৰক্ষীয়ে জানিব দিয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে…
- হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰি আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…
- গৰমত অফিচ যোৱাৰ পূৰ্বে কি কৰিব আৰু কি নকৰিব জানি লওক…
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ
- ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…
- লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…