কিছুমান ব্যক্তিৰ মনৰ উৎসাহ আৰু কৰ্মপ্ৰেৰণাই একোটা অঞ্চল শুৱনি কৰি তোলে৷তেনে এজন ব্যক্তি হ’ল পঠশালস্থিত গড়কাপ্তানী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা পৰেশ হালৈ ৷ এইগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত পাঠশালাৰ গঢ়কাপ্তানী বিভাগৰ কাৰ্য্যলয়ত দেখা গল এক মনোমহা পৰিবেশ । কাৰ্য্যালয়ৰ চৌহদত অভিযন্তা দাসৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এখন ফুলৰ বাগিছা । বৃহস্পতিবাৰৰ দিনটোত কাৰ্য্যালয়তো চাফা চিকুণ কৰাৰ লগতে ফুলৰ বাগিছাত নাৰ্জী , গোলাপ , জবা ফুল আদি বিভিন্ন প্ৰজাতিৰ ফুল ৰোপণ কৰি পৰিবেশ সুৱনি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিসয়া গৰাকীয়ে । ইয়াৰোপৰি কাৰ্য্যালয়ৰ ভিতৰে বাহিৰে আটক ধুনীয়া কৈ সজাই তোলে দেখা গৈছে । অসম চৰকাৰৰ উন্নয়ন মূলক আঁচনি সমূহৰ উপৰিও কাৰ্যবাহী অভিযন্তা গৰাকীয়ে কৰা এনেবোৰ কামৰ বাবে এতিয়া তেওঁ প্রশংসা উপচাই পেলাইছে বিভাগীয় কৰ্মচাৰি সকলে । উক্ত কাৰ্যসূচীটোত উপস্থিত থাকে কণিষ্ঠ অভিযন্তা লাবন্য পাটগিৰি ।আনহাতে কাৰ্যবাহী অভিযন্তা গাৰকীয়ে কয় পৰিবেশ সুস্থ থাকিলেহে কাম কৰাৰ বাবে প্ৰেৰণা পায় আৰু দেহ মন সুস্থ থাকে বুলি মন্ত্যব কৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জামুগুৰিহাটত গঁড়ৰ খৰ্গসহ চোৰাং চিকাৰীক আটক…
- বিপিএফৰ ১৭ বছৰীয়া ক’লা শাসনৰ কাৰণে কোকৰাঝাৰখন পিছ পৰি ৰৈছেঃ মন্ত্ৰী পীয়ূষ হাজৰীকা…
- বৰপেটাত বিৰোধীৰ কোনো অস্তিত্ব নাই, ইয়াত বিৰোধীয়েও নাজানে তেওঁলোকৰ প্ৰাৰ্থী কোন, ফণীভূষণ চৌধুৰী অসমৰ ৰাজনীতিৰ ভীষ্ম, এগৰাকী সুদক্ষ ব্যক্তিঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স ৭৫ হাজাৰ অতিক্ৰম…
- চেমিকণ্ডাক্টৰ জৰিয়তে চাউথ ইষ্ট এছিয়াৰ দুৱাৰ মুকলি কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইঃ বিমল বড়া
- আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস…
- তেজপুৰৰ “সংস্কৃতা”ৰ বাৰ্ষিক অধিৱেশন আৰু বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা সম্পন্ন…
- বিবাহত ৰাজনৈতিক উপহাৰ! দৰাই কইনাক উপহাৰ দিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফটো…
- ‘অনুপমা’ৰ ৰূপালী গাংগুলীয়ে এক বিশেষ ৰোগৰ বাবে গৰ্ভধাৰণত সমস্যাৰ সন্মুখীন হৈছিল! প্ৰতিগৰাকী মহিলাই বিপদত পৰে এই ৰোগৰ বাবে…
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান…