গুৱাহাটীস্থিত অগ্ৰণী সামাজিক সংস্থা নিৰ্মল আৰু প্ৰাগজ্যোতিষ শৈক্ষিক ন্যাসে ২০২১ বৰ্ষৰ বাবে আগবঢ়োৱা ‘প্ৰাগজ্যোতিষ বিশেষ বঁটা’ লাভ কৰিছে । সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা , যুৱ সমাজকৰ্মী আৰু বিশিষ্ট জ্যোতিষী হিচাপে খ্যাতি থকা শৰ্মাই হাইস্কুলীয়া জীৱনৰ পৰাই সমাজ সেৱক হিচাপে কাম কৰি আহিছে । প্ৰণিধানযোগ্য যে , সমলা লাচিত গোষ্ঠী সংঘ , ঝাকুৱাপাৰা অৰুণোদয় সংঘ , দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় , ভাৰতীয় স্কাউট আৰু গাইড , সদৌ অসম ছাত্ৰ সন্থা , নেহৰু যুৱ কেন্দ্ৰ দৰং , দৰং-ওদালগুৰি ব্ৰাহ্মণ সভা , সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদ আৰু ভাৰতীয় ৰেডক্ৰচ চছাইটি আদি বিভিন্ন অনুষ্ঠান তথা সংগঠণৰ সতে দীৰ্ঘ দিন ধৰি জৰিত হৈ আছে প্ৰাগজ্যোতিষ বিশেষ বঁটা প্ৰাপক নয়নজ্যোতি শৰ্মা । বৃহস্পতিবাৰে গুৱাহাটীৰ উজান বজাৰস্থিত বিষ্ণু নিৰ্মলা ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা প্ৰদান কৰে শৈক্ষিক ন্যাসটোৱে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসম নাগালেণ্ডৰ বিবাদমান ভূমিত অসাধু ব্যৱসায়ীৰ অবৈধ শিলৰ ৰমৰমীয়া বেহা…
- কাছাৰত ছোৱাইন ফ্লুত আক্রান্ত হৈ ৪ মহীয়া শিশুৰ মৃত্যু…
- জাঁজীৰ নন্দনবন ৰিজ’ৰ্টৰ সমীপত মটৰচাইকেল-ষ্টাৰ বাছৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত এজন যুৱক…
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…