ৰবিবাৰে সদৌ অসম উন্নয়ন পৰিষদৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। এই সভাতে সংগঠনটোৰ নুনমাটি-বামুনিমৈদাম আঞ্চলিক সমিতিখন গঠন কৰা হয় । কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰৰ সভাপতিত্বত অনুস্হিত হোৱা এই সভাত কেন্দ্ৰীয় সাধাৰন সম্পাদক চন্দন বৰদলৈ, সম্পাদক জয়ন্ত গগৈ, ক্ৰীড়া সম্পাদক শান্তনু শইকীয়া, কামৰূপ জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতিম বৰদলৈ, গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি কৌশিক বৰাৰ লগতে বিভিন্ন বিষয়ববীয়াসকল উপস্হিত অাছিল । কালি ৰবিবাৰৰ এইখন সভাতে ডেৰ শতাধিক সদস্যই উন্নয়ন পৰিষদত যোগদান কৰে । পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে কালিৰ সভাত নিজৰ ভাষণত সকলোকে জাতিৰ প্ৰতি দায়বদ্ধ হৱলৈ অাহ্বান জনায় । অসমীয়া ভাষা সৰ্বষ্টৰত প্ৰয়োগ অাৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মক অাৰ্থ সামাজিক উন্নয়নৰ দিশত মনোনিৱেশ কৰিবৰ বাবে অাহ্বান জনায় সভাপতি গৰাকীয়ে । ইয়াৰ লগতে কালি এই সভাতে ৩১ জনীয়া এখন শক্তিশালী নুমমাটি-বামুনিমৈদাম আঞ্চলিক সমিতি গঠন কৰা হয় । অাগন্তুক দিনত এই নতুন সমিতিখনে ৰাইজৰ স্বাৰ্থত কাম-কাজ কৰিব বুলি অাশা প্ৰকাশ কৰিছে সদৌ অসম উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰ সমনিতে অন্য বিষয়ববীয়া সকলে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…