দেৰগাঁও বিধানসভা সমষ্টিৰ ৪০ নং উত্তৰ পৰ্বতীয়া জনজাতি গাঁও পঞ্চায়তৰ অগ্ৰনী শিক্ষানুষ্ঠান লাখেৰাজ জনজাতি হাইস্কুলৰ মুল তোৰণৰ আধাৰশিলা স্থাপন কৰা হয়। বিদ্যালয় খনৰ ভুমি দাতা ভাতৃদ্বয় স্বৰ্গীয় মাগুৰাম পেগু আৰু স্বৰ্গীয় চকীৰাম পেগুৰ সোঁৱৰণত স্থাপন কৰিবলৈ লোৱা এই মুল তোৰণৰ ১৫ নবেম্বৰত আধাৰশিলা স্থাপন কৰে লাখেৰাজ জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক ৰাতুল বৰাই। মাঙ্গলিক উৰুলি ধ্বনিৰে স্থাপন কৰা আধাৰশিলা অনুষ্ঠানত দাতা পৰিয়ালৰ দিলীপ পেগু, নোমল পেগু আৰু মিলন পেগু, পুৱ বৰমুকলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপালী বৰা, প্ৰাক্তন শিক্ষক দিলীপ বৰা, শিক্ষক দিলীপ পেগু, দীপক গগৈ, আৰু পাৰ্থবিজয় বৰাৰ লগতে বহু কেইগৰাকী গন্য-মান্য ব্যক্তি উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…