এডভেঞ্চাৰ ছোচিয়েল অ’ৰগেনাইজেশ্যন পাটাছাৰকুছি চমুকৈ এ এছ অ পিৰ উদ্যোগত পাটাছাৰকুছিৰ প্ৰাচ্য সংঘৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ “কেক প্ৰস্তুতকৰণ” বিষয়ক এটি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। কালিৰে পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰটো আজি সামৰণি পৰে। নিলীম কুমাৰ গোস্বামীয়ে পৰিকল্পনা কৰা আৰু ধনস্মিতা দত্তই সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰটোত ৪৮ গৰাকী মহিলা শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে । প্ৰশিক্ষণৰ শেষত উৎপল গোস্বাামীয়ে আতধৰা প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে পাটাছাৰকুছি বিদ্যাপীঠৰ অধ্যক্ষ তপন কুমাৰ শৰ্মা, দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰ বিষয়া শাকৰ নাথ দাস , সাংবাদিক নৱকান্ত কলিতা আৰু সাংবাদিক আমিনুল হকে। উক্ত অনুষ্ঠানত বিভিন্ন দিশৰ ওপৰত বিশিষ্ট অতিথি সকলে অালোকপাত কৰে। সামৰণি অনুষ্ঠানত শিক্ষাৰ্থীসকলক মানপত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানৰ শেষত অনুষ্ঠানটোৰ সদস্যৰ দ্বাৰা এটি সংগীতানুষ্টান অনুষ্ঠিত হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…
- অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- বেগী বলাৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…
- পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…
- শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…
- প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুত বিভিন্নজনৰ গভীৰ শোক প্ৰকাশ…
- আজি পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী…
- উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত বিশিষ্ট আইনজ্ঞ কপিল ছিবাল…
- প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান…