আমেৰিকাৰ বিদেশ মন্ত্ৰী এন্টনী ব্লিংকনে বুধবাৰে ধৰ্মীয় স্বতন্তা উলংঘন কাৰী দেশ ‘ কাউন্ট্ৰী অফ পাৰ্টিকুলাৰ কন্সাৰ্ণ ‘ তালিকা জাৰি কৰে ।
এই তালিকাত পাকিস্থান , চীন , ইৰাণ , চৌদি আৰৱ , এৰিট্ৰিয়া , তাজিকিস্থান , তুৰ্কেমেনিস্থান আৰু বাৰ্মা সহ ১০ খন দেশক অন্তৰ্ভুক্ত কৰে ।
ধৰ্মীয় স্বাধীনতাৰ মুল্যাংকণৰ বাবে গঠিত আমেৰিকান সংস্থা ‘ ইউ এচ কমিছন অন ইন্টাৰনেচনেল ৰিলিজিয়াছ ফ্ৰীডমে ‘ ভাৰতকো এই তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিছিল যদিও জো বাইদেন প্ৰশাসনে ভাৰতৰ ক্ষেত্ৰত নৰম স্থিতি গ্ৰহণ কৰি তালিকাৰ পৰা বাহিৰত ৰাখে ভাৰতক ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…