বিহালী সংহত শিশু উন্নয়ন প্ৰকল্প উন্নয়ন প্ৰকল্প উদ্যোগত বৃস্হপতি বাৰে বিহালী সমষ্টিৰ বিহালী কল্যাণ আশ্ৰমৰ মুক্তি যোদ্ধা ছবিলাল উপাধ্যায় স্মৃতি ভৱনত এদিনীয়া বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হয় অংগবাডী কৰ্মী সকলৰ মাজত। এই বিশেষ প্ৰশিক্ষণ প্ৰদান বাবে বিহালী সংহত শিশু উন্নয়ন প্ৰকল্প অন্তৰ্গত ১৩৩ টা কেন্দ্ৰ কৰ্মী সকল উপস্থিত থাকে।ইফালে এই বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে পোষণৰ অভিযানৰ খণ্ড সমন্বয়ক বিহালী বিষয়া প্ৰণৱ বৰ গোহাঁই ছুপাভাইজাৰ অনিমা হাজৰিকা, দিপালি হাজৰিকা কে ধৰি বহু কেইজন বিষয়াই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মনোনয়নৰ পূৰ্বে আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী, চকুত চকুলো…
- গুৱাহাটীৰ পল্টন বজাৰ ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ দুই দুৰ্ধৰ্ষ বাংলাদেশী উগ্ৰপন্থী…
- অসুস্থ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো, GMCHত চিকিৎসাধীন…
- সাৱধান! পেক কৰা ফলৰ ৰসত প্ৰকৃত ফল কিমান শতাংশ থাকে, জানেনে…
- ভাৰতীয় ষ্টক মাৰ্কেটৰ চেন্সেক্স ৭৩ হাজাৰ অতিক্ৰম ! নিফ্টী ২২,১১২ পইণ্টত মুকলি…
- ব্ৰিটিছ এণ্টাৰ্কটিকত বৃহৎ তেল, গেছৰ ভাণ্ডাৰৰ সন্ধান লাভ কৰিলে ৰাছিয়াই…
- ড০ গজেন মিপুন-মনোজ মিপুনক সভাপতি-সম্পাদকৰূপে নিৰ্বাচিত ! ডিমৌত মিপুন বংশাৱলীৰ প্ৰথম সাধাৰণ অধিৱেশন সম্পন্ন…
- ডাইনী হত্যা-অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যুত বিভিন্ন সংগঠনৰ শোক প্ৰকাশ…
- হায়দৰাবাদত বিজেপি প্ৰাৰ্থী মাধৱী লতাই মুছলমান মহিলাৰ ভোটাৰ পৰিচয় পত্ৰ পৰীক্ষা কৰাকলৈ উত্তেজনা, এজাহাৰ দাখিল…
- মায়া নগৰী মুম্বাইত ধূলিৰ ধুমুহাৰ সংহাৰ…