যোৱা ১২ আৰু ১৩ নবেম্বৰত নাকৰ এটা তিনিজনীয়া দলে নাজিৰা মহাবিদ্যালয় পৰিদৰ্শন কৰে ৷পৰিদৰ্শন কালত প্ৰতিনিধি দলটিয়ে মহাবিদ্যালয়ৰ শৈক্ষিক ,প্ৰশাসনিক দিশ আদি চাই সন্তুষ্টি প্ৰকাশ কৰে ৷এই ক্ষেত্ৰত তেওঁলোকে শিক্ষকসকলৰ সামাজিক দায়বদ্ধতাৰ শলাগ লয় ৷ দলটিত সঞ্চালক হিচাপে বীৰ নৰ্মড চাউথ গুজৰাট বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰমেশচন্দ্ৰ জি কোঠাৰী ,সমন্বয়ক ড° বিশ্বম্ভৰ প্ৰসাদ চাটী ( ভূগোল বিজ্ঞান বিভাগ ,মিজোৰাম বিশ্ববিদ্যালয় ) সন্মানীয় সদস্য হিচাপে শ্ৰী সিদ্বি বিনায়ক মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পুষ্পা ৰানাডে উপস্থিত থাকে ৷ এই পৰিদৰ্শনৰ পাছতে যোৱা ১৬ নবেম্বৰত নাকে নাজিৰা মহাবিদ্যালয়ক বি প্লাছ (B + ) (CGPA :2.71)গ্ৰেড প্ৰদান কৰে ৷এই সাফল্যত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজু ফুকনৰ লগতে মহাবিদ্যালয়ৰ লগত জড়িত সকলোৱে উল্লসিত হোৱাৰ লগতে কৃতজ্ঞতা প্ৰকাশ কৰিছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ দলৰ জ্যেষ্ঠ নেতাৰ ৰাজনীতি ধ্বংস কৰিছে : অৰবিন্দ কেজৰিৱাল…
- প্ৰধানমন্ত্ৰী মোডী এখন যুদ্ধত পৰাস্তঃ কেজৰিৱালৰ মুক্তিক লৈ পাকিস্তানী নেতাৰ প্ৰতিক্ৰিয়া…
- মহাভাৰতৰ লগত কেদাৰনাথ ধামৰ কি সম্পৰ্ক, ভগৱান শিৱই কেনেকৈ বাস কৰিছিল কেদাৰনাথত…
- মেঘালয়ৰ সদ্য অৱসৰী DGP এল আৰ বিষ্ণইৰ বিৰুদ্ধে গোচৰ…
- ১০১ বছৰতো প্ৰাণৱন্তঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা পদ্মশ্ৰী গ্ৰহণ কৰিলে ফ্ৰান্সৰ ১০১ বছৰীয়া যোগ প্ৰশিক্ষক চাৰ্লট চোপিনে…
- ডোহা ডাইমণ্ড লীগ ২০২৪ঃ মাত্ৰ দুই চেণ্টিমিটাৰৰ বাবে দ্বিতীয় স্থানেৰে ৰূপৰ পদক লাভ নীৰজ চোপ্ৰাৰ…
- বিহাৰত কংগ্ৰেছৰ মুখপাত্ৰ বিনোদ শৰ্মাৰ দলৰ পৰা পদত্যাগ…
- কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলীত চোৰাং চিকাৰীৰ মৃত্যু…
- হালধিৰ গাখীৰ নে হালধিৰ পানী, জানেনে আপোনাৰ স্বাস্থ্যৰ বাবে কোনটো ভাল…
- গৰমৰ দিনত কঁঠাল খােৱাটো শৰীৰৰ বাবে কিমান প্ৰয়োজনীয় জানক…