অবাদ সাৰত চলিছে অবৈধ বালিৰ ছেন্ডিকেটচম্পাবতী নৈৰ পৰা বালি খননেৰে চলাইছে ৰমৰমীয়া বেহাবহলপুৰ বন বিষয়াক মেনেজ কৰি গঢ়ি উঠিছে বৃহত ছেন্ডিকেটN. C. DAS and COMPANY য়ে চলাইছে এই ছেন্ডিকেটধুবুৰী জিলাৰ সীমান্তবর্তী বহলপুৰ আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ নিচেই ওচৰৰত থকা চম্পাৱতী নৈৰ পৰা N. C. Das and Company ৰ ছাইড মেনেজাৰ আনোৱাৰ হুছাইন আৰু ছাইড ইনচার্জ ৰমেন লহকৰে বহলপুৰ আঞ্চলিক বন বিষয়াক মেনেজ কৰি চলাই গৈছে এনে অবৈধ বালিৰ ছেন্ডিকেট। অবৈধ ভাবে বালি খনন কৰি থকা অৱস্থাত ৰাইজে এখন AS01GC 9563 নম্বৰৰ জেচিবি আৰু এখন AS01BC 7375 নম্বৰৰ ডাম্পাৰ জব্দ কৰি বন বিভাগক গতাই দিয়া দেখা যায় । উল্লেখ্য যে N. C. Das and Company ৰ উক্ত বিষয়া দ্বয়ৰ এনে অবৈধ কাৰবাৰৰ বিৰুদ্ধে ৰাইজৰো আছে অনেক অভিযোগ । যি সময়ত ছেন্ডিকেটৰ বিৰুদ্ধে অসমৰ স্বয়ং মুখ্যমন্ত্রীয়ে বাৰংবাৰ কঠোৰ সকিয়নি প্ৰদান কৰি আহিছে সেই সময়ত বহলপুৰ চ্ম্পানৈৰ বালি খননৰে চলাই অহা ছেন্ডিকেটৰ বিৰুদ্ধে বন বিভাগে কি ব্যবস্থা গ্রহণ কৰে সেয়া সময়ত হে কব পৰা যাব ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…