যোৱা ১৪ নভেম্বৰত বঙাইগাঁও জিলাত হৈ যোৱা NEV EVENTS ENTERTAINMENT PVT LTD ৰ দ্বাৰা আয়োজিত আকচাৰা বিউটি পিগেন্ট কন্টেছ ২০২১ ত kids junior শাখাত গোৱালপাৰা জিলাৰ ৰাতুল চন্দ্ৰ বৰ্মনৰ আৰু নিলীমা দাসৰ একমাত্ৰ কনমানী ছোৱালী পঞ্চী বৰ্মনে 2nd runner’s up খিতাপ দখল কৰে আৰু আগন্তুক বৰ্ষৰ ২৯ আৰু ৩০ জানুৱাৰীত গোৱাত হ’ব লগা National Aqsara Beauty peagent contestৰ বাবে অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। কনমানী পঞ্চী বৰ্তমান গোৱালপাৰাত থকা ৰাইজিং ডান্স একাডেমীত নৃত্যৰ গুৰু শংকৰ কলিতাৰ অধীনত নৃত্য প্ৰশিক্ষণ কৰি আছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জুনত টীম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে সমাপ্ত হ’ব ৰাহুল দ্ৰাৱিড়ৰ কাৰ্যকাল…
- ল’ৰা-ছোৱালীক মোবাইল দিব লাগে, ক’লে বিল গেটছে! বিল গেটছৰ সন্তানে মোবাইল ব্যৱহাৰ কৰে নে…
- শুভ সপোনঃ সপোনত এই ৫ টা বস্তু দেখাটো অতি শুভ, ভাগ্য সলনি হ’ব…
- শেষ হোৱা চেম্পুৰ বটলত পানী ঢালি ব্যৱহাৰ কৰোঃ আজিও মধ্যবিত্তীয় জীৱন যাপন কৰে অভিনেতা বিজয় দেৱেৰাকোণ্ডাই…
- দুৰ্নীতি নিবাৰকৰ জালত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ছহৰ আলী শিকদাৰ…
- দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ জামিন, নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ অনুমতি!
- মেটা গালা ২০২৪ত পৰিধান কৰা ঈশা আম্বানীৰ পোছাক তৈয়াৰ কৰিবলৈ ১০ হাজাৰ ঘণ্টা সময় লাগিছিল…
- ডায়েবেটিছৰ ভয়ত আম নোখোৱাকৈ আছে নেকি? কেনেকৈ খাব পকা আম…
- বিশ্বনাথৰ হৰিপ্ৰসাদ শৰ্মা গোৰ্খা সন্মিলনৰ সভাপতি হিচাপে নিৰ্বাচিত : বিভিন্ন দল সংগঠনৰ শুভেচ্ছা…
- ৫ টা খাদ্যই শৰীৰৰ ক্ষতি কৰাই নহয়, আয়ুসও কমাই…