বৃহস্পতিবাৰে হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙ চহৰৰ মাজ মজিয়াত থকা D R M কাৰ্যালয়ৰ সন্মুখত নাৰী নিৰ্যাতন বিৰোধী দিৱসৰ আয়োজন কৰা হৈ্ছে। লামডিঙ ৰেলৱে মজদুৰ ইউনিয়নৰ মহিলা শাখাৰ সম্পাদিকা মধুমিতা দে কয় যে নাৰী নিৰ্যাতন বন্ধ হব লাগিব,নাৰীক সন্মান দিব লাগিব, নাৰীৰ ওপৰত অমানৱীয় অত্যাচাৰ বন্ধ হোৱাৰ কাৰনেই মজদুৰ ইউনিয়নৰ মহিলা শাখাৰ উদ্যোগত সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈ্ছে।নাৰী নিৰ্যাতন বিৰোধী দিৱস উপলক্ষে হাতত মমবাতি লৈ পদ যাত্রা কৰি নাৰী নিৰ্যাতন বন্ধ হব লাগিব, নাৰীৰ ওপৰত অমানৱীয় অত্যাচাৰ বন্ধ হব লাগিব মজদুৰ ইউনিয়ন জিন্দাবাদ দি ৰাইজৰ মাজত সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰা দেখা গৈ্ছে।আৰু দুপৰীয়াৰ ভাগৰ পৰাই কবিতা, নিত্য নাটক সমবেত নিত্য আদিকে ধৰি বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈ্ছে।মজদুৰ ইউনিয়নৰ এনেধৰনৰ পদক্ষেপক লামডিঙ বাসী ৰাইজৰ প্ৰশংশনীয় হৈ পৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে
- বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান
- দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন…
- সাধাৰণ জনতাৰ বাবে সু-খবৰ ! মূল্য হ্ৰাস হ’ব পেট্ৰল-ডিজেলৰ…
- চৰাইদেউৰ সাপেখাতিত নিৰুদ্দেশ দিপালী গগৈ নামৰ এগৰাকী বোৱাৰী
- অসুস্থ বলীউডৰ আইটেম গাৰ্ল ৰাখী সাৱন্ত ! প্ৰাক্তন স্বামী ৰিতেশ সিঙে দিলে ৰাখীৰ স্বাস্থ্য অৱনতিৰ মূল কাৰণ…